Surprise Me!

World Cup Cricket 2019: মুক্তি পালে শীৰ্ষ গীত !

2019-05-17 1,329 Dailymotion

LORYN আৰু Rudimental ৰ যুগলবন্দীৰে নিৰ্মাণ কৰা হৈছে আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ থিম চং । গীতটোৰ মাধ্যমেৰে ব্রিটেনৰ বিভিন্ন সাংস্কৃতিক বৈচিত্র্যক উপস্থাপন কৰা হৈছে ।