Surprise Me!

EXIT POLLক লৈ প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

2019-05-20 539 Dailymotion

২৩ মে’ত ঘোষণা হ’বলগীয়া লোকসভা নিৰ্বাচনী ফলাফলক লৈ যথেষ্ট আশাবাদী মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। সংবাদ মাধ্যমক সম্বোধন কৰি EXIT POLL সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।