হাইলাকান্দিত সাংসদ কৃপানাথ মাল্লাৰ ৰোডশ্ব’ৰ মাজতে দুৰ্ঘটনা। ৰোডশ্ব’ চলি থকা অবস্থাত কৃপানাথ মাল্লা থকা জীপ গাড়ীত খুন্দিয়াই কনভয়তে থকা তেওঁৰ নিজা স্কৰপিঅ’ গাড়ীয়ে।