Surprise Me!

বানৰ কবলত কাজিৰঙাৰ ৮০টা বন শিবিৰ, কাৰ্বি পাহাৰত আশ্ৰয় বন্যপ্ৰাণীৰ

2019-07-13 339 Dailymotion

ইফালে কাজিৰঙাত বানৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে CWRC-এ। হেল্পলাইন নম্বৰটো 6001852950। বানত আবদ্ধ লোক, বন্যপ্ৰাণীক দেখিলেই ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে হেল্পলাইন নম্বৰটোত।