প্ৰধানমন্ত্ৰী প্ৰশংসা লাভ কৰি আভিভূত প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধু ৷ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰি ইটিভি ভাৰতকহে ধন্যবাদ জনালে হাতীবন্ধুৱে । নগাঁৱৰ সাংবাদিক ৰকিবুল ওৱাহিদৰ প্ৰতিবেদন ৷