১৪ বছৰ খালি ভৰিৰে জীৱন নিৰ্বাহ কৰি থকাৰ পিছত অৱশেষত সোমবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি হাৰিয়ানাৰ এজন শ্ৰমিকে নিজৰ অংগীকাৰ সম্পূৰ্ণ কৰে ।