Surprise Me!

'জোনাক নাছিল বনত...' বুলি গাবলৈ আৰু কেতিয়াও ঘূৰি নাহে গায়ত্ৰী হাজৰিকা

2025-05-16 39 Dailymotion

জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ শেষ নিশ্বাস ত্যাগ । শুক্ৰবাৰে দিনৰ ২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে ।