শৃংখল চলিহাক আটক । চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিবগৰাকীক । উত্তাল শিৱসাগৰ ।