ঘৰতে বেকাৰী আৰম্ভ কৰি বহুজনক সংস্থাপনৰ বাট দেখুৱাইছে ডিব্ৰুগড়ৰ সংগীতাই ৷ পৰিয়ালৰ সদস্যৰ লগতে বহু পুৰুষ-মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে সংগীতাই ৷