৫৭ বছৰ গৰকা অসমৰ অতিকৈ পুৰণি ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ ভাগ্যদেৱী আৰু নাযায় ৰাইজৰ মাজলৈ । আৰ্থিক দৈন্যতাৰ বাবে সাময়িকভাৱে বন্ধ থিয়েটাৰ ভাগ্যদেৱী ।