Surprise Me!

এখন ঐতিহাসিক দেৱালয়, নিতৌ বগা ঘোঁৰাত উঠি আহে মহাদেৱ শিৱ !

2025-07-09 157 Dailymotion

মাটিৰ তলত থকা দেৱালয়খনত ভগৱান শিৱৰ ঐশ্বৰিক শক্তি আজিও অনুমান কৰিব পাৰে ভক্তই ! বৰ্তমান কেনে আছে এই ঐতিহাসিক দেৱালয়খন ?