বৰষুণ নাই ৷ শাওন মাহতে উজনিৰ বিভিন্ন অঞ্চলত পথাৰে ছিৰালফাঁট মেলিছে । পানীৰ অভাৱত কঠীয়া ৰুব নোৱাৰি মূৰে-কঁপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ।