কিশোৰক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক গঁতিয়ালে ভাৰপ্ৰাপ্ত আৰক্ষীয়ে । স্থানীয় সংগঠনৰ তীব্ৰ গৰিহণা ।