শুনিলে চকুপানী ৰখাব নোৱাৰিব আপুনিও । দৰাই চাবলৈ অহাৰ দিনটোতে হাতীৰ গচকত প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে । অন্তিম যাত্ৰাত উপস্থিত হ'ল জিলা আয়ুক্ত ।