অষ্টাদশ ৰ'দালি বঁটা ঘোষণা কৰা হৈছে ৷ নাট্যকাৰ ড° অৰূপ বৰঠাকুৰলৈ নাট্যৰত্ন, মানস ৰবীনলৈ জাতীয়তাবাদী কণ্ঠশিল্পী সন্মান ৷