আহোম ৰজা গদাধৰ সিংহৰ নাম জড়িত এটা ঐতিহাসিক নামঘৰ । প্ৰতিবছৰে পৱিত্ৰ ভাদমাহত নামঘৰটোলৈ লাখ লাখ ভক্তৰ সোঁত বয় ।