অসমৰ দ্বিতীয় নৱগ্ৰহ দেৱালয়ৰ লগতে ভিন্ন মঠ-মন্দিৰৰ পূণ্যস্থল বিৰাজমান গন্ধিয়াত । জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্থল ৰজাদিনীয়া সমলৰে আজিও সম্বৃদ্ধ সাচিপাত, তুলাপাতৰ পুথি, পুথিভঁৰাল ৷