ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আছুৰ বছৰজোৰা কাৰ্যসূচী ঘোষণা । অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎখাত, অসম চুক্তি ৰূপায়ণৰ দাবীত সত্যাগ্ৰহ কাৰ্যসূচী ।