১৯২৮চনীয়া ফৰ্ড গাড়ীত উঠি ফেৰীৰে পাৰ হৈ কলিয়াবৰত জলপান খাই উজনিলৈ যোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত হৈ পৰিল অন্যতম 'মহান কলিয়াবৰীয়া'।