ভূপেন হাজৰিকাক ন কৈ আৱিষ্কাৰ কৰক ৷ আমাৰ জাতীয় সমস্যা আছে, তাৰ সমাধান ভূপেন হাজৰিকাৰ গীতত পোৱা যায় - সুধাকণ্ঠৰ জন্মদিনত এজন অনুৰাগীৰ মনৰ অনুভৱ