বিদ্যালয়ৰ পাঠ্যক্ৰমত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি অন্তৰ্ভুক্তিৰ দাবী আছুৰ ৷ গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ নামত আসন স্থাপনৰ আহ্বান ।