সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত তিনিচুকীয়াত প্ৰতিবাদ অব্যাহত আছে । চৰকাৰ ৭২ ঘণ্টা সময় দিছে সংগঠনটোৱে । অন্যথা কৰিব অৰ্থনৈতিক অৱৰোধ ।