বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই আক্ৰাছুৰ কৰ্মীৰ ওপৰত অসম আৰক্ষীৰ নিৰ্মম লাঠীচালনাক বৰ্বৰ আখ্যা দি তীব্র ভাষাৰে সমালোচনা কৰে।