সুধাকণ্ঠৰ জন্ম দিনটোত তিনিচুকীয়াৰ গুঁইজান ঘাটৰ পৰা আৰম্ভ হোৱা "বিস্তীৰ্ণ পাৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা" শীৰ্ষক জাহাজ যাত্ৰা বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয় ।