কংগ্ৰেছৰে যদি মিত্ৰতা নহয়, তেতিয়া অকলেই নিৰ্বাচন খেলাৰ চিন্তা কৰিম ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টিৰ পৰা উজনিত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা ৰাইজৰ দলৰ ৷