সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান শিলচৰত অনুষ্ঠিত হ’ব ৷ অসম বিশ্ববিদ্য়ালয়ৰ সহযোগত অসম সাহিত্য় সভাই আয়োজন কৰিব এই অনুষ্ঠানৰ ৷