ছয় জনগোষ্ঠীক জনজাতিকৰণ দাবীৰে জাতীয় জনগোষ্ঠী সংগঠনৰ ঐক্যবদ্ধ আন্দোলনত কঁপিল যোৰহাট । আৰক্ষী আৰু জোঁৰ সমদলকাৰী মাজত টনা-আজোৰা । আৰক্ষীৰ বেহু ফালিও সাব্যস্ত প্ৰতিবাদ ।