ৰাজ্যিক বিজেপি আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ সামাজিক মাধ্যম পেজৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে বৃহস্পতিবাৰে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত ।