শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী আশীষ ভূষণ গগৈ আৰু সাধাৰণ সম্পাদক পদত মাধুৰ্য বৰাৰ বৃহৎ জয়।