জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আছুৱে বাহিৰ কৰিব ৰাজ্যজুৰি মমশিখা সমদল । শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো চৰকাৰখনৰ বিফলতা আখ্যা ।