যোৰহাটত জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠানৰ প্ৰস্তুতি । ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত ৰখা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম ।