নিজৰ হাতৰ পৰশতে প্রিয় শিল্পী জুবিন গাৰ্গক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা নগাঁৱৰ যুৱকৰ ৷ যোৰহাটবাসীক উপহাৰ হিচাপে দিব প্রিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি ৷