জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত সদলবলে উপস্থিত হাগ্ৰামা মহিলাৰী । জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ সাক্ষাৎ কৰিলে পৰিয়ালৰ লোকক ।