হাগ্ৰামা মহিলাৰীৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে BPFৰ দলীয় কৰ্মীসকলেও ৷ আনকি প্ৰমোদ বড়োৱে ৰাজ্যপাল আচাৰ্যক সাক্ষাৎ কৰি দাখিল কৰে পদত্যাগ পত্র ৷