জুবিন গাৰ্গৰ বাসগৃহত পুত্রৰ সৈতে উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানি ৷ দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আদানি আৰু পুত্ৰ ।