আদালতত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই ১০৩ ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ বিধান ভাৰতীয় ন্যায় সংহিতাত আছে ।