২২ তাৰিখে বড়োলেণ্ডৰ ভোটদানৰ দিন আছিল । বড়োলেণ্ডৰ মানুহক আকৰ্ষিত কৰিবলৈ বড়ো গামোচাখন জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত দিল্লীত শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়াইছিল ।