মঙলবাৰে পুৱা চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া তথা য়ট পাৰ্টীৰ আয়োজক তন্ময় ফুকন আৰু ছিংগাপুৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ ৷