অভয়াপুৰীত দীপাৱলীৰ নিশা ব্যতিক্ৰম ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ । পাঁচ হেজাৰ মাটিৰ চাকিৰে জুবিনৰ প্ৰতিচ্ছবি আৰু মায়াবিনী গীতৰ কলি অংকন ।