চৰকাৰে এই এজেণ্টজনৰ মুখ বন্ধ নকৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিব । মৰাণত বিজেপি চৰকাৰ, আদিত্য খাকলাৰীৰ বিৰুদ্ধে সৰৱ কোচ ৰাজবংশী সংগঠন ।