গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ টেংকাৰ চালকৰ ব্যতিক্ৰমী পদক্ষেপ । প্ৰায় আঠ হাজাৰ টেংকাৰ আৰু ট্ৰাকত ভগৱানৰ ফটো ৰখা ঠাইত থ'লে জুবিন গাৰ্গৰ ফটো, কৰিলে পূজা-অৰ্চনা ।