তৃতীয়বাৰৰ বাবে টাৱাঙৰ সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১০ হাজাৰ ফুট উচ্চতাত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় মাৰথন । দেশ-বিদেশৰ ৬ হাজাৰৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ ।