জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই বৃহস্পতিবাৰে ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছত শুকুৰবাৰে সম্বোধন কৰে সংবাদমেল ।