কাজিৰঙাৰ বনানী, বনশ্ৰী আৰু কুঞ্জবন এই তিনিটা পৰ্যটন নিবাস অত্যাধুনিক সা-সুবিধাৰে পুনঃনিৰ্মাণ কৰি কাজিৰঙা হেৰিটেজ নামেৰে নামকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।