নগাঁৱত চিনেমা হলৰ অভাৱ । পূৰ্বে পাঁচটাকৈ চিনেমা হল থকা নগাঁৱত বৰ্তমান এটা চিনেমা হল ! আগন্তুক এবছৰ দুবছৰলৈ অসমত নচলিব নেকি হিন্দী ছবি ?