অজন্তা-ইলোৰা সদৃশ গুহা আৰু নৈসৰ্গিক পৰিৱেশেৰে আবৃত যোগীঘোপাৰ দুগ্ধনাথ পাহাৰ । মহাবাহু ব্ৰহ্মপুত্ৰৰ গাতে লাগি লাগি থকা এই পাহাৰতে আছে বহু ঐতিহাসিক সমল ।