জুবিন ক্ষেত্ৰত উপস্থিত হৈছে বাংলাদেশৰ উপ-বৈদেশিক সচিব প্ৰীতি ৰহমান । শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰহমানে ।