১৭ ডিচেম্বৰত অভিযোগনামা দাখিল কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এছ আই টিয়ে জুবিন গাৰ্গক সম্পূৰ্ণ ন্যায় দিব বুলিও মুখ্যমন্ত্ৰীয়ে দাবী কৰে ৷