মুঠ ১৬ জন চোৰাংচিকাৰী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত তাই সহায় কৰিছিল । বিশেষকৈ এটা পুখুৰীৰ পৰা ৩০৩ বন্দুক আৰু কাৰ্টিজ উদ্ধাৰ কৰাটো এক প্ৰশংসনীয় কাম ।