লখিমপুৰৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্রই উদ্ভাবন কৰিছে ১৬ টাকৈ প্ৰযুক্তি । আছে ছটাকৈ ধানৰ জাতো । গৱেষণা কেন্দ্রৰ সামগ্রীক উদ্ভাৱনক সামৰি এক প্ৰতিবেদন ।